নিশা পৰভাত ।। সত্যনাথ বৰা

নিশা পৰভাত 
আজি উঠা আশি মেলি এ 
সু প্ৰসন্ন চতুৰ্দিশে বলিছে মলয়া এ 
সবে নিদ্ৰ কৰি হৰি উঠি বোলা হৰি হৰি
হৃদয়ে ভকতি ধৰি পূজা তাৰ পদ এ 
যত বিহংগম চাই সুখে হৰি গীত গাই 
তাস বাৰ সংগে এ ধৰা হৰিনাম এ 
পূৰৱে সূৰুযে উদি জ্বলিছে গগন ভেদি
বিভোৰ বিমল ৰশ্মি ধৰা বহি জাই

Post a Comment

0 Comments