কেলৈ মাটি খালি কৃষ্ণ কানাই

কেলই মাটি খালি কলিয়া কানাই 
তোমাক মাৱে আজি নেৰিব শুদাই 
যশোদাই বিনাব ও শ্যাম কলীয়া 
মেৰিয়াই বান্ধিব গুৱাল পঘাই 
অঁ মেৰিয়াই বান্ধিব গুৱাল পঘই

এহি মতে বজ্ৰে আনন্দে হৰি

Post a Comment

0 Comments