কবিতা ৰূপিনি দেৱী বেদ প্ৰসৱিনি
বিনা যন্ত্ৰ ধৰি কৰে
মধুৰ পঞ্চম সুৰে
বিনা যন্ত্ৰ ধৰি কৰে
মধুৰ পঞ্চম সুৰে
বৰষিছা ছয় ৰাগ ছয়ত্ৰিছ ৰাগিনী
সপ্ত সুৰ তিনি গ্ৰাম নিশব্দ মূৰ্চনা নাম
নমো বীণাপাণি
সকলো তোমাৰ সৃষ্টি সংগীত জননি
তোমাৰ প্ৰসাদে নৰ লভে সুমধুৰ সুৰ
সা ৰে গা মা পা ধা নি সা জ্ঞান প্ৰদায়িনি

0 Comments