পেত ভৰাই খা
আজি মজা চে পেটুৱা
পেত ভৰাই খা
পেত ভৰি পেত ভৰি পেত ভৰি খা
আজি মজা চে পেটুৱা
পেত ভৰাই খা
আজি মজা চে পেটুৱা
পেত ভৰাই খা
ঔ থেকেৰা টেঙা
ৰহৰ যি দাইল
আলু ভজা খাব মজা
পকা খৰিছা
আলু ভজা খাব মজা
পকা খৰিছা
আজি মজা চে পেটুৱা
পেত ভৰাই খা
আজি মজা চে পেটুৱা
পেত ভৰাই খা

0 Comments