তুমিহীনতাৰে শূণ্য এই জীৱন

 আজিও মোৰ প্ৰশ্ন হয় তাই মিছাতে ইমান ভাল পোৱা অভিনয় কৰিছিল নেকি

যদি তাই মোক ভাল পাইছিল কিয় মোক সঁচা কথা কৈ নগ’ল
কিয় মোক অকলে এৰি থৈ গ’ল
মোক কিয় লগতে লৈ নগ’ল

মই জানো তাই মোক বহুত ভাল পাইছিল
যেনেকৈ মই ভাল পাইছিলোঁ

কিন্তু ক'ত কি ভুল হ’ল
হঠাৎ এদিন ৰাতি এটা মেছেজ আহিল

*By hun*

পিছ দিনা মই ফোন কৰি কৰি ভাগৰি গ’লো
শেষত লগৰ এটাই ফোন কৰি কয়

*তাই আৰু চিৰদিনৰ বাবে নাই*

যদি তাই মোক এৰি আনৰ হ’ল হয় মই অলপো দুখ নকৰিলো হয়

যাৰ বাবে মই অকলশৰীয়া হৈ পৰিলো
নিজৰ মাজতে নিজক বন্দী কৰি.........

Post a Comment

0 Comments