কবিতাক বিচাৰি ফুৰিছো কলমত
ভাৱবোৰক প্ৰকাশ কৰিব পৰা নাই
শব্দৰ অভাৱত........
অনুভৱবোৰক কিদৰে প্ৰকাশ কৰিম
প্ৰেয়সীৰ কলমেৰে
নে হিয়াত গ্ৰামফোন ৰাখি.....
কবিতাক বিচাৰি ফুৰিছো কলমত
ভাৱবোৰক প্ৰকাশ কৰিব পৰা নাই
শব্দৰ অভাৱত........
অনুভৱবোৰক কিদৰে প্ৰকাশ কৰিম
প্ৰেয়সীৰ কলমেৰে
নে হিয়াত গ্ৰামফোন ৰাখি.....
0 Comments