00:00:00
Study Island Your premium study space
0 Day Streak
0 Badges
STUDY SPACE

উচুপনি

 নিজানত সাৰ পোৱা উচুপনিবোৰক

ফুচুলাই শান্ত কৰাৰ
আখৰাত মোহ গৈছোঁ ;
..
আঁৰি লৈছোঁ মনত
সাহৰ ভাগ পঁজাটো,
কোনোবাই বিচাৰি পোৱা
অবান্তৰ অভিমানবোৰো
খামোচি ধৰিছোঁ,
..
সমল নহ’লেওঁ জীৱন
আঁজুৰি আনিছোঁ ৷

কৃত্ৰিম হাঁহিৰ উম দি
উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ ৷

Post a Comment

0 Comments