00:00:00
Study Island Your premium study space
0 Day Streak
0 Badges
STUDY SPACE

ফাগুন

 দিদিজনীয়ে এটা এটাকৈ ফুল গুজিছিল শাৰীখনত

কণমইনাৰ অবাক চকুজুৰি থৰ লাগি চাইছিল
.
সোনাঝুৰিৰ শনিবাৰীয়া আবেলিটো ভাল লগা হৈ পৰিছিল
.
দিদি খৰকৈ গৈছিল
এটি এটি সৰু ফুল বাগৰি আহিছিল ধুলিয়ৰি বাটত
.
সৰু সৰু ফুলবোৰ এতিয়াও আছে
বতাহত বিয়পি পৰিছে ...
সৌৰভ !!

Post a Comment

0 Comments